Download Now Banner

This browser does not support the video element.

মৰঙী: প্ৰধানমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ তত্বাৱধায়কৰ দায়িত্ব পোৱাৰ পিছতে নুমলীগড় উপস্থিত বিধায়ক মানৱ ডেকা, সামগ্ৰিক পৰিস্থিতিৰ বুজ

Morangi, Golaghat | Sep 5, 2025
প্ৰধানমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ তত্বাৱধায়কৰ দায়িত্ব পোৱাৰ পিছতে নুমলীগড়ত উপস্থিত বিধায়ক মানৱ ডেকা। শুক্ৰবাৰে বিয়লি প্ৰায় ৬ মান বজাত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা বিধায়ক ডেকাৰ। উল্লেখ্য যে, অহা ১৪ ছেপ্টেম্বৰত নুমলীগড়ত উপস্থিত হৈ এনআৰএলৰ সম্প্ৰসাৰণ প্ৰকল্পৰ উদঘাটনৰ লগতে এখন বিশাৰ ৰাজহুৱা সভাত অংশ লব। উক্ত ভ্ৰমণৰ প্ৰস্তুতিত কোনো খুঁট থাকি নাযায় তাৰবাবে আজি প্ৰথমে প্ৰধানমন্ত্ৰীৰ অৱতৰণৰ নিৰ্মান কৰা অস্থায়ী হেলিপেড পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে।
Read More News
T & CPrivacy PolicyContact Us