Download Now Banner

This browser does not support the video element.

নাৰায়ণপুৰ: দোৰপাংত শিহৰণকাৰী দৃশ্য , নদীৰ পলসে আধালৈকে পুঁতিলে শিক্ষকৰ বাইক

Narayanpur, Lakhimpur | Sep 1, 2025
নাৰায়ণপুৰৰ দোৰপাংত সোমবাৰে শিহৰণকাৰী দৃশ্য। নদীৰ পলসে আধালৈকে পুঁতিলে শিক্ষকৰ বাইক। ঘটনা সংঘটিত হোৱাকলৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল‍্যৰ । স্থানীয় ৰাইজৰ সহায়ত দোৰপাং নদীৰ পলসে আধালৈকে পুঁতিলে শিক্ষকৰ বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ।।
Read More News
T & CPrivacy PolicyContact Us