Install App
shivbhakti
This browser does not support the video element.
ৰঙিয়া ভাগ: এটা ব্যক্তিগত চেনেলৰ বিৰুদ্ধে ৰঙিয়াত জাঙুৰ খাই উঠিল গৰকাবাসী ৰাইজ, ইউনুচৰ ৰহমানৰ বিৰুদ্ধে প্ৰচাৰ কৰা বাতৰি মিছা আখ্যা
Rangia Part, Kamrup | Sep 4, 2025
বৃহস্পতিবাৰে এটি ব্যক্তিগত চেনেলৰ বিৰুদ্ধে ৰঙিয়াত জাঙুৰ খাই উঠিল ৰঙিয়াৰ গৰকাবাসী ৰাইজ। যোৱা কিছুদিন পূৰ্বে ৰঙিয়াৰ ইউনুচৰ ৰহমানৰ বিৰুদ্ধে এটা বাতৰি সম্প্ৰচাৰ হৈছি এটি ব্যক্তিগত চেনেলত। সেই বাতৰি সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন বুলি আখ্যা দিলে ৰাইজে। এনে বাতৰিয়ে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বুলি কয় গৰকাবাসী ৰাইজে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!