Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: ২৬ ত অসমত কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত, নগৰত মন্তব্য জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা APCC ৰ মিডিয়া পেনেলিষ্ট ৰাতুল বৰাৰ

North Lakhimpur, Lakhimpur | Sep 1, 2025
আগন্তুক ২০২৬ চনত অসমত কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত বুলি সোমবাৰে উত্তৰ লখিমপুৰ নগৰত মন্তব্য আগবঢ়ালে লখিমপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা APCC ৰ মিডিয়া পেনেলিষ্ট ৰাতুল বৰাৰ । ২৬ ত অসমত কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য আগবঢ়োৱাৰ লগতে আৰু কি কি কলে লখিমপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাতুল বৰাই জনোচোন আহক।
Read More News
T & CPrivacy PolicyContact Us