Download Now Banner

This browser does not support the video element.

বোকাখাত: বোকাখাতত মহিলাৰ ধন হৰলুকি কাণ্ডৰ বিৰুদ্ধে সৰৱ অসম চাহ জনজাতি ছাত্ৰ সন্থা, সংবাদমেল সম্বোধন

Bokakhat, Golaghat | Sep 2, 2025
বোকাখাতত মহিলাৰ ধন হৰলুকি কাণ্ডৰ বিৰুদ্ধে সৰৱ অসম চাহ জনজাতি ছাত্ৰ সন্থা। মঙ্গলবাৰে বিয়লি প্ৰায় ৫ মান বজাত আটছা বোকাখাত শাখাই সম্বোধন কৰে সংবাদমেল। বোকাখাতত সংঘটিত হোৱা মাইক্ৰ'ফাইনেঞ্চৰ লোনৰ গ‌ইনাৰে ধন হৰলুকি কাণ্ডৰ লগত জড়িত দুগৰাকী মহিলাৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ দাবী সংবাদমেলত সৰৱ হৈ পৰে আটছা। অতিশীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ দাবী জনাই অসম চাহ জনজাতি ছাত্ৰ সন্থা বোকাখাত শাখাই আজিৰ সংবাদমেলখন সম্বোধন কৰে।
Read More News
T & CPrivacy PolicyContact Us