Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: গোলোকগঞ্জৰ ঘটনাক তীব্ৰভাষাৰে নিন্দা আৰু আৰক্ষী অধিক্ষক ফকিৰাগ্ৰামত বৰখাস্তৰ দাবী এজিপি ৰ সভাপতি নৱ কুমাৰ শৰণীয়াৰ
Kokrajhar Part, Kokrajhar | Sep 11, 2025
গোলোকগঞ্জৰ ঘটনাক তীব্ৰভাষাৰে নিন্দা দিয়া লগতে ধুবুৰী আৰক্ষী অধিক্ষক লীনা দলেক বৰখাস্তৰ দাবী কৰিছে গন সৰুক্ষা পাৰ্টীৰ সভাপতি তথা প্ৰাক্তন সাংসদ নব কুমাৰ শৰনীয়াই । বৃহস্পতিবাৰে আবেলি ৪ বজাত ফকীৰাগ্ৰামত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈ যে ময় এই কাণ্ডক ধিক্কাৰ দিছে হাই হাই অসম চৰকাৰ, হাই হাই অসম পুলিচ বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!