Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: বহিঃৰাজ্যত মহানগৰীৰ বোৱাৰীক নৃশংস হত্যা,ভৰি,হাত কাটি পেলাই মহিলাগৰাকীৰ, উজানবজাৰত মাতৃৰ অভিযোগ,আটক এজন
Guwahati, Kamrup Metropolitan | Aug 31, 2025
বহিঃৰাজ্যত মহানগৰীৰ বোৱাৰীক নৃশংস হত্যা। দেওবাৰে উজানবজাৰত মৃত বোৱাৰী গৰাকীৰ মাতৃয়ে তুলিলে হত্যাৰ অভিযোগ। মৃত মহিলাগৰাকী উজানবজাৰৰ পূজা দাস।এজন স্থানীয় যুৱকে মহিলাগৰাকীক লৈ গৈ হত্যা কৰাৰ অভিযোগ। মহেশ পাছোৱান ওৰফে বাসু নামৰ যুৱকজনে হত্যা কৰাৰ অভিযোগ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!