Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: উচ্ছেদিতৰ মাজত কিমান বাংলাদেশী আছে উত্তৰ লখিমপুৰত মন্তব্য এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ

North Lakhimpur, Lakhimpur | Aug 25, 2025
মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে উত্তৰ লখিমপুৰত সোমবাৰে। মানৱাধিকাৰ কৰ্মী ছৈয়দা হামিদৰ বাংলাদেশী প্ৰীতিৰ প্ৰতিক্ৰিয়া দিব গৈ গৌৰৱ গগৈয়ে উচ্ছেদৰ প্ৰসংগ টানি আনিলে।উচ্ছেদিতৰ মাজত কিমান বাংলাদেশী আছে? সন্দেহযুক্ত কিমান দিনলৈ হৈ থাকিব? সন্দেহযুক্ত বাংলাদেশী প্ৰসংগৰ ওপৰত এপিচিচিৰ সভাপতি সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া।
Read More News
T & CPrivacy PolicyContact Us