This browser does not support the video element.
ওদালগুৰি: ৰৌতা সমষ্টিৰ প্ৰাৰ্থী স্বৌৰাংচা দৈমাৰীৰ উদ্যোগত ওৰাঙত কংগ্ৰেছ (ই)১০০গৰাকী যোগদান
Udalguri, Udalguri | Sep 7, 2025
ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধান সভা সমষ্টিৰ অধীনস্থ ৰৌতা পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ (ই)ৰ প্ৰাৰ্থী স্বৌৰাংচা দৈমাৰী উদ্যোগত দৈমাৰীৰ ওৰাঙৰ বাস গৃহত কংগ্ৰেছ (ই)ৰ নীতি আদৰ্শ ভাল পাই ১০০গৰাকী লোক কংগ্ৰেছ (ই)দলত যোগদান কৰে । বিটিআৰৰ অঞ্চলত কংগ্ৰেছ (ই)দলটো গুৰুত্ব কমি আহিছিল ৷যদিও স্বৌৰাংচা দৈমাৰীৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছৰে পৰা দিনক দিনে সাংগঠনিক স্থিতি পূৰ্বতকৈ অধিক শক্তিশালী হোৱা দেখিবলৈ পোৱা গৈছে ৷