Download Now Banner

This browser does not support the video element.

জলহ ভাগ: হাউলী হটাপাৰাত বিপিএফৰ কাৰ্যালয়ত আগন্তুক পৰিষদীয় নিৰ্বাচন সম্পৰ্কে সভা অনুষ্ঠিত

Jalah Part, Baksa | Aug 28, 2025
হাউলী হটাপাৰাত বিপিএফৰ কাৰ্যালয়ত আগন্তুক পৰিষদীয় নিৰ্বাচন সম্পৰ্কে সভা অনুষ্ঠিত। সমাগত বিটিচি নিৰ্বাচন লৈ ব্যস্ত হৈ পৰিছে দলসমূহে পিছ পৰি থকা নাই বিপিএফ। আজি হাউলী হটাপাৰাত বিপিএফৰ কাৰ্যালয়ত মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ উপস্থিত হৈ দলীয় কাৰ্যকৰ্তা  সৈতে আগন্তুক পৰিষদীয় নিৰ্বাচন সম্পৰ্কে সভা অনুষ্ঠিত কৰে । মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ উপস্থিত থাকে মথনগুৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।
Read More News
T & CPrivacy PolicyContact Us