This browser does not support the video element.
পূব ডিব্ৰুগড়: কেইবাজনো মন্ত্ৰী-বিধায়কৰ উপস্থিতিত ডিব্ৰুগড়ৰ সদৰত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ
Dibrugarh East, Dibrugarh | Sep 1, 2025
দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰয়াত মাতৃক কংগ্ৰেছ দলৰ নেতৃত্বই ব্যক্তিগতভাৱে কৰা অপমানক লৈ আজি ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিয়ে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। এই নিন্দনীয় কাৰ্যৰ ঘোৰ বিৰোধিতা কৰি ভাৰতীয় জনতা পার্টি, ডিব্রুগড় জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ পৰা ফুল বাগান হাইস্কুল খেলপথাৰলৈ এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।