Install App
ziaulali
This browser does not support the video element.
কদম: বগীনদীত নলনীচুকৰ এটা পৰিয়ালে সম্পূর্ণ মাংগলিক নিয়মেৰে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ পাতিলে তিলনী
Kadam, Lakhimpur | Sep 25, 2025
বগীনদীত নলনীচুকৰ এটা পৰিয়ালে সম্পূর্ণ মাংগলিক নিয়মেৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ তিলনী পাতিলে বৃহস্পতিবাৰে ।লখিমপুৰ জিলাৰ বগীনদীৰ নলনীচুকৰ এটা পৰিয়ালে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ তিলনী । বৃহস্পতিবাৰে সম্পূর্ণ মাংগলিক নিয়মেৰে বগীনদীত পিণ্ড দানেৰে নদীত স্নান কৰিলে লোকেন্দ্ৰ সোণোৱালৰ পৰিয়ালে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!