Download Now Banner

This browser does not support the video element.

গৰৈমাৰী: গৰৈমাৰীত চাঞ্চল্যকৰ ঘটনা,নিৰুদ্দিষ্ট ডেলিভাৰী বয় আজাহাৰ আলীৰ মৃতদেহ উদ্ধাৰ চাম্পুপাৰা কলহী নৈত,ঘটনাস্থলীত উপস্থিত আৰক্ষী

Goroimari, Kamrup | Aug 31, 2025
দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ ঘটনা। দেওবাৰে নিৰুদ্দিষ্ট ডেলিভাৰী বয় আজাহাৰ আলীৰ মৃতদেহ উদ্ধাৰ। চাম্পুপাৰাৰ কলহী নৈত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে আজাহাৰ আলীৰ মৃতদেহ। কোনো অচিনাকী দুস্কৃতিকাৰীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ পৰিয়ালৰ লোকৰ।
Read More News
T & CPrivacy PolicyContact Us