Download Now Banner

This browser does not support the video element.

নলবাৰী: জুবিন গাৰ্গৰ সৈতে একেলগে অধ্যয়ন কৰা জোনমণি গগৈয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিক্ৰিয়া চহৰত

Nalbari, Nalbari | Sep 25, 2025
জুবিন গাৰ্গৰ সৈতে একেলগে অধ্যয়ন কৰা জোনমণি গগৈ । জুবিন গাৰ্গৰ সৈতে দশম শ্ৰেণীত একেলগে অধ্যয়ন কৰিছিল জোণমণি গগৈ ।তেতিয়াৰ পৰা লগ পোৱা নাই জুবিন গাৰ্গক জোনমণিয়ে।জোনমণি গীত গোৱাৰ সময়তে জুবিন গাৰ্গে বজাইজিল তবলা ।জোনমণি ৰণজুন গীতৰ কলিক লৈ মন্তব্য কৰে জোনমণিয়ে ।
Read More News
T & CPrivacy PolicyContact Us