Download Now Banner

This browser does not support the video element.

কদম: বগীনদীত চাউলধোৱা বগীনদী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে আছুৰ কাৰ্যনিৰ্বাহক সদস্য

Kadam, Lakhimpur | Aug 31, 2025
লখিমপুৰ জিলাৰ চাউলধোৱা-বগীনদী আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় দেওবাৰে। এই বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত হয়।বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান ।সম্বৰ্ধনা সভাৰ সভাপতিত্ব কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন বৰাই তথা উদ্বোধন কৰে।
Read More News
T & CPrivacy PolicyContact Us