Download Now Banner

This browser does not support the video element.

লংকা: লংকাৰ ৫ নং ৱাৰ্ডৰ এটি পথৰ দুৰৱস্থা, যাতায়াতৰ ক্ষেত্রত যমৰ যাতনা ভুগিছে ৱাৰ্ডৰ প্ৰায় তিনি শতাধিক ৰাইজে #jansamasya

Lanka, Hojai | Aug 24, 2025
লংকা পৌৰসভাৰ অন্তৰ্গত ৫ নং বাৰ্ডৰ এটি পথৰ দৃশ্য এইয়া।পথৰ কিছু অংশ যাতায়তত সুচল যদিও বাকী কিছু অংশৰ পথৰ দূৰৱস্হাৰ বাবে যাতায়তৰ ক্ষেত্রত জমৰ জাতনাত ভোগীছে উক্ত অঞ্চলৰ ৰাইজে।বৰষুণ পৰিলে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, এম্বুলেন্স, মৃত্যুঞ্জয় সেৱা,জৰুৰীকালীন অৱস্হাত অগ্নিনিৰ্বাপনৰ বাহন আদি উক্ত পথেৰে যাৱ নোৱাৰা অৱস্হা।ৱাৰ্ড মেম্বাৰ তথা লংকা পৌৰসভাক আবেদন নিবেদন দিও সু-ফল নাপাই শেষত আজি এনেদৰে স্হানীয় পুৰুষ মহিলাই নিজ ঘৰৰ পৰা উলাই আহি সংবাদমাধ্যমক মাতি ক্ষোভ উজাৰে।
Read More News
T & CPrivacy PolicyContact Us