Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: যোগদৈ গ্ৰীণ ফিল্ডত বিপিএফৰ প্ৰাৰ্থী এজামুল হকৰহৈ ব্যাপক নিৰ্বাচন প্ৰচাৰ হাগ্ৰামা মহিলাৰী

Kokrajhar Part, Kokrajhar | Sep 9, 2025
বিটিচিৰ ফকিৰাগ্ৰাম সমষ্টিৰ অন্তৰ্গত যোগদৈ গ্ৰীণ ফিল্ডত মঙলবাৰে আবেলি ৪ বজাত বিপিএফৰ প্ৰাৰ্থী এজামুল হকৰহৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৱে ৷ উল্লেখ্য যে, ৱিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৱে আজি প্ৰথমে হেলিকপ্তাৰৰে বাগসা জিলাৰ বাগানপাৰা সমষ্টিৰ বিপিএফ প্ৰাৰ্থীৰহৈ নিৰ্বাচনী প্ৰচাৰ চলাই আৰু তাৰ পাছতে একেদিনে কোকৰাঝাৰ জিলাৰ দুটাকৈ সমষ্টিত প্ৰচাৰ চলাই ৷
Read More News
T & CPrivacy PolicyContact Us