Download Now Banner

This browser does not support the video element.

লংকা: লংকাৰ ৪ নং বাৰ্ডত লংকা আৰক্ষীৰ অভিযানত হেৰ'ইন সহ আটক তিনিজন

Lanka, Hojai | Aug 26, 2025
লংকাৰ ৪ নং বাৰ্ডত লংকা আৰক্ষীৰ অভিযানত হেৰ'ইন সহ আটক তিনিজন।বিশেষ সূত্ৰৰ পম খেদি লংকা আৰক্ষীয়ে মংগলবাৰে আবেলি ৫ মান বজাত লংকাৰ ৪নং বাৰ্ডৰ পাঞ্জাবী বস্তিৰ এটি ঘৰত অভিযান চলাই ১০.৯৭ গ্ৰাম হেৰ'ইন সহ আটক কৰে তিনিজনক।আটকাধীন তিনিজন ক্ৰমে আকাশ মাহাতু, অৰুণ চাহানী আৰু চনুজ প্ৰসাদ।বৰ্তমান আটকাধীন তিনিওকে লংকা আৰক্ষীয়ে লংকা আৰক্ষী থানালৈ আনি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Read More News
T & CPrivacy PolicyContact Us