Download Now Banner

This browser does not support the video element.

নলবাৰী: কা সম্পৰ্কত জাৰি কৰা নতুন অধিসুচনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ AJYCP কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বায়নৰ

Nalbari, Nalbari | Sep 3, 2025
কা সম্পৰ্কত জাৰি কৰা নতুন অধিসুচনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বায়নে।চৰকাৰক কঠোৰ ভাষাৰে সমলোচনা কৰাৰ লগতে ৰাজপথৰ আন্দোলন গঢ়ি তোলা হৱ বুলি মন্তব্য কৰে
Read More News
T & CPrivacy PolicyContact Us