Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: নগৰত জিলা কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহ ক সভা,উপস্থিত থাকে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ

North Lakhimpur, Lakhimpur | Sep 13, 2025
উত্তৰ লখিমপুৰ নগৰত শনিবাৰে লখিমপুৰ জিলা কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাত নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা নিৰ্বাচনি অসম প্ৰদেশৰ ইছতেহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈ উপস্থিত থাকে । সভাপতি খনিত লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি ,সম্পাদকৰ লগতে বিষয়ববীয়া আৰু সদস্য সকলৰ উপৰিও লখিমপুৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ,সম্পাদিকাৰ লগতে সদস্যা সকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে ।
Read More News
T & CPrivacy PolicyContact Us