Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বিজেপি দল বিটিচি শাসন কৰিলে বিটিআৰক অশান্ত কৰি পেলাব, চন্দ্ৰপাৰাত জামে মছিদ ইমাম পৰিষদে সংবাদ মেলত মন্তব্য

Kokrajhar Part, Kokrajhar | Sep 3, 2025
বিজেপি দল বিটিচি শাসন কৰিলে বিটিআৰক অশান্ত কৰি পেলাব, চন্দ্ৰ পাৰাত বুধবাৰে অবেলি ৪ বজাত জামে মছিদ ইমাম পৰিষদে সংবাদ মেল সম্বোধন কৰি মন্তব্য কৰে। জামে মছিদ ইমাম পৰিষদৰ সাধাৰণ সম্পাদক ছেক আহমেদ আলিয়ে সংবাদ সম্বোধন কৰি বিজেপি দলক ত্যাগ কৰি আহিবলৈ আহ্বান জনাই ইউ পি পি এল দলক । বিজেপি দলে উচ্ছেদ কৰি অত্যাচাৰ চলাই আছে অসমত । বড়োলেণ্ড ত অসমৰ অন্য প্ৰান্ত ৰ দৰে যাতে উচ্ছেদ কৰি অত্যাচাৰ নকৰে ইয়াৰ বাবে বিটিচি চৰকাৰক আহ্বান ।
Read More News
T & CPrivacy PolicyContact Us