Download Now Banner

This browser does not support the video element.

গুৱাহাটী: প্ৰধানমন্ত্ৰীৰ অসমলৈ আগমনৰ সন্দৰ্ভত দিছপুৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল সম্বোধন

Guwahati, Kamrup Metropolitan | Sep 12, 2025
শনিবাৰে অসমলৈ প্ৰধানমন্ত্ৰী অহাৰ সন্দৰ্ভত শুক্ৰবাৰে গুৱাহাটীৰ দিছপুৰত এখন সংবাদমেল সম্বোধন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।নতুন জুমলা দিয়াৰ পৰিবৰ্ত্তে আগতে দিয়া প্ৰতিশ্ৰুতিবোৰৰ কিমানদূৰ বাস্তৱায়িত হল সেইটোৱে ৰাইজক জনাব লাগে বুলি সংবাদমেলত মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।
Read More News
T & CPrivacy PolicyContact Us