Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ ঘগ্ৰাপাৰত আৰম্ভ ৰেজেক আলী সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা

Ghograpar Part, Nalbari | Sep 13, 2025
আজিৰে পৰা ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত আৰম্ভ ৰেজেক আলী সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা ৷ ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত চলি অহা প্ৰতিযোগিতা খনৰ আজিৰ উদ্বোধনী খেলখন শুভ উদ্বোধন কৰে প্ৰয়াত ৰেজেক আলীৰ পুত্ৰ তাইজুদ্দিন আহমেদে ৷ আৰম্ভণিতে ৰেজেক আলীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বালন কৰে ঘগ্ৰাপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক অনিল শৰ্মাই আৰু মাল্যাৰ্পণ কৰে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ বৈশ্যই ৷
Read More News
T & CPrivacy PolicyContact Us