Download Now Banner

This browser does not support the video element.

ঢকুৱাখানা ভাগ: গোৱাত International Dance Competition ত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ বঁটা লাভ ঢকুৱাখনাৰ প্ৰীয়ুষ কুমাৰ দাসৰ

Dhakuakhana Part, Lakhimpur | Aug 20, 2025
Goa কাৰনিভেল 2025 ত International Dance Competition ত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ বঁটা সন্মান লাভ কৰিছে প্ৰীয়ুষ কুমাৰ দাসে। এই সন্মানৰ পিছতে Bollywood Film Industry ত স্থান লাভ কৰিছে উদীয়মান নৃত্য শিল্পী গৰাকীয়ে। ইয়াৰ পিছতে ২০ ছেপ্টেম্বৰ পৰা মোম্বাইত Dance ka Dangal ত মেগা টি ভি শ্বোত নৃত্যত অংশগ্ৰহণ কৰিব। এই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ঢকুৱাখনা সমজিলাৰ বেবেজীয়া কৈৱৰ্ত গাঁৱৰ নিবাসী তথা পিতৃ জিটু দাস আৰু মাতৃ জান দাসৰ সুযোগ্য সন্তান এইগৰাকী প্ৰীয়ুষ কুমাৰ দাসে।
Read More News
T & CPrivacy PolicyContact Us