This browser does not support the video element.
সৰুপথাৰ: সৰুপথাৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকীৰ শুভাৰম্ভণি অনুষ্ঠান, উপস্থিত বিধায়ক বিশ্বজিত ফুকন
Sarupathar, Golaghat | Sep 8, 2025
সৰুপথাৰত সোমবাৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকীৰ শুভাৰম্ভণি অনুষ্ঠান। সন্ধ্যা প্ৰায় ৭ বজাত উপস্থিত থাকি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিধায়ক বিশ্বজিত ফুকনে। বিশ্ব বৰেণ্য শিল্পী, ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজিৰেপৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বিভিন্ন কাৰ্যসূচী। সৰুপথাৰস্থিত ৰংঘৰ ৰাজহুৱা ভৱনত সৰুপথাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত বিধায়কৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি সুধাকণ্ঠৰ জীৱন,কৰ্মৰাজিৰ আলোকপাত কৰে।