Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: চহৰৰ চৌমদৌনফুৰীত বিভিন্ন দলৰ ১০০ জন কৰ্মীই কংগ্ৰেছ দলত যোগদান

Kokrajhar Part, Kokrajhar | Sep 4, 2025
ক্ৰমাৎ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈপৰিছে বিটিআৰ ৰ প্ৰান্ত কেন্দ্ৰ কোকৰাঝাৰ । কোকৰাঝাৰ চহৰৰ চৌমদৌনফুৰীত বৃহস্পতি বাৰে সন্ধিয়া ৮ বজাত কংগ্ৰেছ দলৰ এখন যোগদান সভাত বিভিন্ন দলৰ পৰা ১০০ জন লোকে কংগ্ৰেছ দলত যোগদান কৰে । বাওঁখুংগ্ৰী সমষ্টিৰ কংগ্ৰেছ ৰ প্ৰাৰ্থী সুনীল নাৰ্জাৰীৰ উপষ্ঠিত যোগদান কৰে। আগন্তুক বিটিচি নিৰ্বাচন ত কংগ্ৰেছ দলক শক্তিশালী কৰা লগতে চৰকাৰ গঠন ৰ আশাৰে কংগ্ৰেছ দলত যোগদান কৰা বুলি প্ৰকাশ কৰিছে যোগদান কৰা লোক সকলে।
Read More News
T & CPrivacy PolicyContact Us