Download Now Banner

This browser does not support the video element.

নাহৰকটীয়া: কেইবাখনো ৰাজ্যৰ প্ৰতিনিধি উপস্থিতিত জৈৱ-বৈচিত্ৰ্যৰে ভৰপুৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হ'ল পখিলা মাহ

Naharkatiya, Dibrugarh | Sep 2, 2025
জৈৱ- বৈচিত্ৰ্যৰে ভৰপুৰ দিহিং-পাটকাইয়ে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰা পাছতে দেশী- বিদেশী পৰ্যটকে ভিৰ কৰিছেহি।  ৰং -বিৰঙৰ পখিলাৰ বাবেও বিখ্যাত হৈ  উঠিছে ৰাষ্ট্ৰীয় উদ্যান ।ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত থকা বিভিন্ন প্ৰজাতিৰ ৰং- বিৰঙৰ পখিলা চাবলৈ দেশ- বিদেশৰ পৰ্যটকে ভিৰ কৰা সময়ত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত তিনিদিনীয়া কাৰ্য্যসূচীৰে তৃতীয় বাৰ্ষিক পখিলা মাহ পালন কৰা হয়।অসম চৰকাৰৰ বন বিভাগ লগতে বহু কেইটা বেচৰকাৰী সংস্থাৰ উদ্যোগত আয়োজন কৰা হয় পখিল মাহ কাৰ্যসূচী
Read More News
T & CPrivacy PolicyContact Us