শনিবাৰে আবেলি পাঁচ বজাত ভাৰতীয় জনতা পাৰ্টি, গোগামুখ নগৰ মণ্ডলৰ উদ্যোগত" সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা লগতে G.S.T টি বিষয় সম্পৰ্কত আলোচনা কৰা হয়। লগতে সভাত জি এছ টি হ্ৰাস কৰি মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তসকলক বিশেষ সকাহ প্ৰদান ক্ষেত্ৰ আলোচনা কৰা ওপৰিও অঞ্চল টোৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। উক্ত সভাত লক্ষী