Download Now Banner

This browser does not support the video element.

মৰঙী: আমগুৰি আৰু মৰঙি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰ মুক্তিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়, মৰঙিত আদৰণি কেন্দ্ৰীয় সভাপতিৰ

Morangi, Golaghat | Sep 26, 2025
আমগুৰি আৰু মৰঙি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়। শুক্ৰবাৰে বিয়লি প্ৰায় ৪.৩০ মান বজাত মৰঙিত আদৰণি কেন্দ্ৰীয় সভাপতি পিণ্টু গগৈৰ। আমগুৰি মহাবিদ্যালয়ত ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী সভাপতিৰ পদত শ্যামলিমা চেতিয়া, উপ সভাপতি প্ৰণামিকা গগৈ, সহকাৰী সাধাৰণ সম্পাদক লগতে মৰঙি মহাবিদ্যালয়ত সহকাৰী সাধাৰণ সম্পাদক,ক্ৰীড়া সম্পাদক আদি পদত সংগঠনটোৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰে।
Read More News
T & CPrivacy PolicyContact Us