Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: নতুন আৱৰ্ত ভৱনত কৰ্মযোগী অভিমুখী কাৰ্যসূচী সম্পন্ন

Biswanath, Biswanath | Sep 10, 2025
বিশ্বনাথ জিলা চিকিৎসালয়ত যোৱা ৮ ছেপ্টেম্বৰপৰা আৰম্ভ হোৱা আজি তিনি দিনীয়া কৰ্মযোগী প্ৰতিক্ৰিয়াশীল শাসন কাৰ্যসূচী সম্পন্ন হৈছে। প্ৰশিক্ষণৰ বাবে জিলা অভিমুখী কাৰ্যসূচী আজি বিশ্বনাথৰ নতুন আবৰ্ত ভৱনত সমাপ্ত হৈছে। ব্লক পৰ্যায়ৰ মাষ্টাৰ প্ৰশিক্ষকসকলক জিলা পৰ্যায়ৰ মাষ্টাৰ প্ৰশিক্ষকৰ দ্বাৰা আদী কৰ্মযোগী দায়বদ্ধতাৰে বিষয়বস্তুৰ ওপৰত এক বৃহৎ আলোচনা কৰি তুলিবলৈ আহ্বান কৰে জিলা প্ৰশাসনে।
Read More News
T & CPrivacy PolicyContact Us