This browser does not support the video element.
বিশ্বনাথ: লাহৰিজান ডিভিজন অফিচৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ দুৰৱস্থাই ৭ খন গাঁওৰ ৰাইজক জ্বলা কলা খোৱাইছে #jansamasya
Biswanath, Biswanath | Sep 10, 2025
বিহালীৰ সমষ্টি লাহৰিজানৰ পথৰ দুৰৱস্থাই জ্বলা কলা খোৱাইছে ৰাইজক। লাহৰিজান ডিভিজন অফিচৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাহৰিজান চেন্টাৰ সংযোগী প্ৰায় ২কিলোমিটাৰ পথছোৱা বিগত বহুত বছৰ ধৰি নিৰ্মাণ কৰি নিদিয়াত জমৰ যান্তনা ভুগিব আহিছে ৭ খনকৈ গাৱৰ ৰাইজে। এই পথটোৰ বিষয়ে সাংসদ, বিধায়কক জনোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। ৰাইজে লাহৰিজানৰ পথটো অতী শীঘ্ৰে নিৰ্মাণ কৰি দিবলৈ দাবী কৰে।