Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুৰ  বিভিন্ন স্থানত মানৱ সৰবৰাহ সন্দৰ্ভত সজাগতা সভা

Diphu, East Karbi Anglong | Sep 13, 2025
শণিবাৰে দিনৰ প্ৰায় ১  মান বজাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত লুম্বাজঙৰ  ডিফু ৰেল ষ্টেছন চৌহদ আৰু তাৰালাংচত মানৱ সৰবৰাহৰ  দৰে ভয়ঙ্কৰ বিষয়লৈ সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত সমল ব্যক্তি হিছাপে নতুন দিল্লীৰ সমাজ কৰ্মী ডঃ গীতাশ্ৰী ভূঁঞা নুৰুলা উপস্থিত থাকে ৷ ডঃ গীতাশ্ৰী ভূঁঞাই সৰবৰাহকাৰী সকলে কেনেদৰে অসুৰক্ষিত পৰিয়ালৰ মহিলা আৰু শিশু সকলক কেনেদৰে প্ৰলোভিত কৰি সৰবৰাহ কৰে আৰু সেইসকলক কেনেদৰে উদ্ধাৰ কৰা হয় তাৰ ওপৰত বিস্তৃত ভাবে বাখ্যা কৰে ৷
Read More News
T & CPrivacy PolicyContact Us