Download Now Banner

This browser does not support the video element.

জলহ ভাগ: বাক্সাৰ বৰতলাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি আক্ৰাছু উত্তাল প্ৰতিবাদ

Jalah Part, Baksa | Sep 11, 2025
বাক্সাৰ বৰতলাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি আক্ৰাছু উত্তাল প্ৰতিবাদ। ৰাজপথত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।বিটিচি নিৰ্বাচন আৰু ২৬ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক কোচ ৰাজবংশী সংৰক্ষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ। বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাক্সা জিলা কোচ ৰাজবংশী মহিলা সমিতিয়ে ৰাজপথত নামি সাব্যস্ত কৰে এই প্ৰতিবাদ।
Read More News
T & CPrivacy PolicyContact Us