Download Now Banner

This browser does not support the video element.

বৰক্ষেত্ৰী: নলবাৰী চিকিৎসা মহাবিদ‍্যালয়ৰ প্ৰতিনিধি দলৰ মুকালমুৱাৰ চৰ অঞ্চল ভ্ৰমণ

Barkhetri, Nalbari | Aug 28, 2025
নলবাৰী চিকিৎসা মহাবিদ‍্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডা: অশোক জ‍্যোতি ডেকা আৰু সহকাৰী অধ্যাপক ডা: সৰ্ম্পূণা বৰাই নলবাৰী জিলাৰ ৩নং বৰবালা চৰ ভ্ৰমণ কৰে । নৌকা স্বাস্থ্য সেৱা আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ উপস্হিতিত অধ‍্যাপকদ্বয়ে দুৰ্গম এলেকাত শিশুৰ টীকাকৰণ কাৰ্য‍্যসূচী পৰ্যবেক্ষণ কৰে ,এই ভ্ৰমণসূচীত মুকালমুৱা খণ্ড প্ৰাথমিক স্বাস্হ‍্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্হ‍্য বিষয়া ডা: প্ৰদীপ চন্দ্ৰ দাস উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us