Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ওৰাঙৰ পশ্চিম গেলাবিলৰ সঞ্জয় মাহাতোৰ ঘৰত দিনদুপৰতে চুৰিকাণ্ড

Udalguri, Udalguri | Aug 28, 2025
ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনস্থ পশ্চিম গেলাবিলত সঞ্জয় মাহাতোৰ ঘৰত চুৰি সংঘটিত হৈ যায়। ৩গৰাকী চুৰে চুৰি কৰিবলৈ আহি হাতে লোটে ৰাইজৰ জালত চোৰ । তাৰ অলপ পিছত ওৰাং আৰক্ষী থানাৰ এটি দল আহি গেলাবিলৰ চানক্য বৈশ্য নামৰ চুৰ এজনক আটক কৰে। আৰু ২জন পলাই গুচি যায় ৷ দিনতে চুৰি হোবা ঘটনাটোবে সমগ্ৰ ওৰাং অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
Read More News
T & CPrivacy PolicyContact Us