Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: খাৰগাঁওত নৱ নিৰ্মিত বডোলেণ্ড ট্ৰেনষ্পৰ্ত চাৰ্ভিচ বাছ ষ্টেণ্ডক মুকলি

Kokrajhar Part, Kokrajhar | Aug 16, 2025
কোকৰাঝাৰ চহৰৰ খাৰগাঁওত নৱ নিৰ্মিত বডোলেণ্ড ট্ৰেনষ্পৰ্ত চাৰ্ভিচ বাছ ষ্টেণ্ডক শনিবাৰে দিনৰ ১১ বজাত মুকলি কৰা হয়। বিধায়ক লৰেঞ্চ ইছলাৰীই বিটিচি পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য ৰণেদ্ৰ বসুমতাৰী উপস্থিত মুকলি কৰা হয়। লগতে যাত্ৰীৰ সুবিধাৰ বাবে আজি বডোলেণ্ড ট্ৰেনষ্পৰ্ত বাছ চাৰ্ভিচই E -Ticket সভিধাক মুকলি কৰে। অনুষ্ঠান ত কোকৰাঝাৰ জিলা পৰিবহণ বিষয়া, কৰ্মচাৰী লগতে স্থানীয় ৰাইজে উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us