This browser does not support the video element.
ওদালগুৰি: ভেৰগাঁও , খৈৰাবাৰী আৰু টংলাত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অনশন ধৰ্মঘট কাৰ্যসূচী
Udalguri, Udalguri | Aug 26, 2025
সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন বৰ্জন কৰিব ৰাজ্যৰ শৰণীয়া কছাৰী জনগোষ্ঠীয়ে । কথা দি কথা নাৰাখিলে মুখ্যমন্ত্ৰীয়ে । ক্ষোভত জ্বলিছে শৰণীয়া কছাৰী জনগোষ্ঠী ৷ ১৬ আগষ্টৰ ভিতৰতে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে। দিছপুৰত বিভাগীয় মন্ত্ৰী ৰনোজ পেগুৰে বৈঠকত মিলিত হৈছিল শৰণীয়া কছাৰীৰ জাতীয় সংগঠনৰ প্ৰতিনিধি। কিন্তু আলোচনাই লাভ নকৰিলে ফলপ্ৰসূ গতি। বিটিচি নিৰ্বাচনৰ অধিসূচনা জাৰিৰ পূৰ্বেই শৰণীয়া কছাৰী সকলৰ জাতিগত প্ৰমান পত্ৰৰ সমস্যা সমাধানৰ দাৱী