This browser does not support the video element.
গোঁসাইগাঁও ভাগ: সাপকাটাত আৰক্ষীৰ অভিযানত চোৰাং গৰু সহ বাহন জব্দ কৰা লগতে দুজনক আটক আৰক্ষীৰ
Gossaigaon Part, Kokrajhar | Aug 6, 2025
গোসাইগাঁৱৰ সাপকাটাত বুধবাৰে আবেলি ১ বজাত আৰক্ষীৰ অভিযানত চোৰাং গৰু সহ বাহন জব্দ কৰা লগতে দুজনক আটক কৰিছে আৰক্ষীয়ে। সাপকাটা আৰক্ষীয়ে খেদি খেদি আটক কৰে ১৩ টা গৰু সহ As 17 C 4883 নম্বৰৰ বলেৰো পিকআপ গাড়ী । চোৰাংকৈ লৈ যোৱা ধুবুৰী জিলাৰ বিলাসিপাৰা বাসিন্দা ৰবিউল আলম আৰু আব্দুল খালেক আটক কৰে। সাপকাটা আৰক্ষীয়ে আগতীয়াকৈ পোৱা খবৰৰ ভিত্তিত অবৈধভাবে সৰৱৰাহ কৰি অনা গাড়ী খনক ৰখিবলৈ ইংগিত দিয়ে যদিও তীব্ৰ বেগেৰে পলাবলৈ চেষ্টা কৰোতে বাগৰি পৰে গাড়ীখন