This browser does not support the video element.
জলহ ভাগ: খানতালগুৰিত বিপিএফৰ আগন্তুক পৰিষদীয় নিৰ্বাচন সম্পৰ্কে সভা অনুষ্ঠিত
Jalah Part, Baksa | Aug 27, 2025
খানতালগুৰিত বিপিএফৰ আগন্তুক পৰিষদীয় নিৰ্বাচন সম্পৰ্কে সভা অনুষ্ঠিত। সমাগত বিটিচি নিৰ্বাচন লৈ ব্যস্ত হৈ পৰিছে দলসমূহে পিছ পৰি থকা নাই বিপিএফ। আজি খানতালগুৰিত মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ উপস্থিত হৈ দলীয় কাৰ্যকৰ্তা আৰু খানতালগুৰিত ৰাইজৰ সৈতে সভা অনুষ্ঠিত কৰে । মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ উপস্থিত থাকে মথনগুৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।