Install App
ziaulali
This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: চন্দন হাজৰিকাৰ মৃত্যুৰ ঘটনাৰ তদন্ত CID অথবা CBI ক অৰ্পনৰ দাবী নগৰত আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ অসমীয়া যুৱ মঞ্চৰ
North Lakhimpur, Lakhimpur | Sep 1, 2025
কটন বিশ্ববিদ্যালয়ৰ মেধাবি ছাত্র তথা নৰাগাঁৱতশৰ যুৱক।চন্দন হাজৰিকাৰ মৃত্যুত কটনীয়ান ছাত্র সমাজ মৌন । চন্দন হাজৰিকাৰ মৃত্যুৰ ঘটনাৰ তদন্ত CID অথবা CBI ক অৰ্পণ কৰাৰ দাবীত সোমবাৰে উত্তৰ লখিমপুৰ নগৰত লখিমপুৰ জিলা আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!