This browser does not support the video element.
সোণাৰি: সোণাৰিত মুখ্যমন্ত্ৰী চিকিৎসা সাহায্য পুঁজিৰ চেক বিতৰণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
Sonari, Charaideo | Sep 3, 2025
মানৱসেৱা আৰু সমাজসেবাৰ দিশে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আজি সোণাৰি স্থিত বিধায়ক সহায়ক কাৰ্যালয়ত প্ৰায় ২০০ গৰাকী বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তিলৈ মুখ্যমন্ত্ৰী চিকিৎসা সাহায্য পুঁজিৰ চেক বিতৰণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।আজিৰ এই বিশেষ অনুষ্ঠানত চৰাইদেউ জিলা বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধান,সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, এ পি জি চি এলৰ সঞ্চালক অনুপ সিং ৰাজপুৰুহীত, অসম গণ পৰিষদৰ চৰাইদেউ জিলা সভাপতি নাৰায়ণ লাহন,সাপেখাতী, সোণাৰি আৰু বৰহাট