Download Now Banner

This browser does not support the video element.

নাহৰকটীয়া: অসম বাসীৰ হিয়া আমঠু  জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ দাবীত নামৰূপ থানাত এজাহাৰ দাখিল ৰাইজৰ

Naharkatiya, Dibrugarh | Sep 22, 2025
হাৰ্টথ্ৰৱ জুবিনৰ অনাকাংক্ষিত মৃত্যুৰ ঘটনাক উচিত তদন্তৰ দাবী জনাইছে অনুৰাগী সকলে । অনুৰাগী সকলে সহজে মানি ল'ব পৰা নাই হাৰ্টথ্ৰল গৰাকীৰ মৃত্যুক । ইয়াৰ মাজতে বৃহৎ ষড়যন্ত্ৰ তথা পৰকল্পা কৰি জুবিনক হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰি নামৰূপ আৰক্ষী থানাত এজাহাৰ দাখিল নামৰূপৰ ৰাইজৰ ।ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় নামৰূপৰ ৰাইজে । এজাহাৰ দাখিল কৰি প্ৰতিবাদী সমদল বাহিৰ কৰে ৰাইজে  ।‌
Read More News
T & CPrivacy PolicyContact Us