Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ওৰাঙৰ জামুগুৰিত ওৰাং আৰক্ষীৰ দ্বাৰা ৩৫কেজি ৫১০ গ্ৰাম গাঞ্জা জব্দ

Udalguri, Udalguri | Sep 6, 2025
ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনস্থ জামুগাওঁৰ পথত ৬ছেপ্তেম্বৰ নিশা ৩-৩০ বজাত ওৰাং আৰক্ষীয়ে এক অভিযান চলাই ৩৫ কেজি গাঞ্জা ৫১০ গ্ৰাম জব্দ কৰিবলৈ সক্ষম হৈছে ।মাজবাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ASO1FY1345 এল্টো গাড়ীখন আহি থকা অবস্থাত ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নেতৃত্বত উপ পৰিদৰ্শক চামিং টুমুং,সহ উপপৰিদৰ্শক তমিজউদ্দিন আহমেদ,আব্দুল ৰৌফ মণ্ডল,আৰক্ষী নায়ক,আব্দুল ছাত্তাৰ,ৰিংকু ৰাভা ,প্ৰফুল্ল বসুমতাৰীয়ে সহযোগ কৰে ৷
Read More News
T & CPrivacy PolicyContact Us