Install App
mobarak.officialpage
This browser does not support the video element.
জলহ ভাগ: জাখলিৰপাৰত, ইউপিপিএল চৰকাৰৰে একো উন্নয়নমূলক কাম কৰিব পৰা নাই তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আফজাল হুছেইন তালুকদাৰে জনায়
Jalah Part, Baksa | Sep 12, 2025
ইউপিপিএল চৰকাৰৰে একো উন্নয়নমূলক কাম কৰিব পৰা নাই। আজি ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আফজাল হুছেইন তালুকদাৰে সংবাদ মাধ্যমৰ আগত জনায় যে ইউপিপিএল চৰকাৰে ৰাস্তা ঘাট আদি কৰি একো উন্নয়ন মূলক কাম কৰিব পৰা নাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!