Download Now Banner

This browser does not support the video element.

বোকাখাত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ সন্দৰ্ভত কঁহৰাত উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষৰ সংবাদমেল

Bokakhat, Golaghat | Sep 6, 2025
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ সন্দৰ্ভত কঁহৰাত শনিবাৰে দিনৰ প্ৰায় ১০ বজাত উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষৰ সংবাদমেল। সংবাদমেলত সঞ্চালকগৰাকীয়ে অৱগত কৰা অনুসৰি অহা ১ অক্টোবৰৰ পৰা উদ্যানৰ পৰ্যায়ক্ৰমে মকুলি কৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। যদিহে বতৰে কোনো অসুবিধা নিদিয়ে তেন্তে পৰ্যটকৰ বাবে ১ অক্টোবৰৰ পৰা মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইতিমধ্যে উদ্যান জীফ চালকসকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে বুলি অৱগত কৰে সঞ্চালক ড০ ঘোষে।
Read More News
T & CPrivacy PolicyContact Us