This browser does not support the video element.
ধেমাজি: জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত গুৰুত্ব পূৰ্ণ সভা, উপস্থিত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবীৰ
Dhemaji, Dhemaji | Aug 22, 2025
জিলা আয়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত গুৰুত্ব পূৰ্ণ সভা, উপস্থিত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবীৰ শুকুৰবাৰে জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰ অধ্যক্ষতাত ভূমি উপদেষ্টা সমিতি গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত জিলা ভূমি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় লগতে জিলাৰ বিভিন্