This browser does not support the video element.
বকো: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বকো আৰক্ষী থানাত এজাহাৰ দাখিল জুবিন অনুৰাগীৰ শান্তি সমদলৰ
Boko, Kamrup | Sep 26, 2025
শুকুৰবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বকো আৰক্ষী থানাত এজাহাৰ দাখিল জুবিন অনুৰাগীৰ শান্তি সমদলৰ। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি বকোত জুবিন অনুৰাগীৰ শান্তি সমদল। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা,শেখৰ জ্যোতি গোস্বামী,সন্দীপন গাৰ্গ ,অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে বকো আৰক্ষী থানাত এজাহাৰ দাখিল ।