Download Now Banner

This browser does not support the video element.

আজাৰা: শ্যামকানু মহন্তক দিল্লী বিমানবন্দৰ আৰু সিদ্ধাৰ্থ শৰ্মাক হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ অনা হৈছে

Azara, Kamrup Metropolitan | Oct 1, 2025
দিল্লীৰ বিমান বন্দৰত গ্রেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্তক জানিব পৰা মতে দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰি হস্তান্তৰ কৰিছে অসম আৰক্ষীক। উল্লেখযোগ্য যে ছিংগাপুৰৰ পৰা বিমানেৰে আহি বিমান বন্দৰত অৱতৰণৰ সময়তে গ্রেপ্তা শ্যামকানু মহন্তক ইফালে দিল্লী-হাৰিয়ানা সীমান্তত গ্রেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক।
Read More News
T & CPrivacy PolicyContact Us