Download Now Banner

This browser does not support the video element.

লংকা: লংকাৰ ৪ নং বাৰ্ডৰ এঘৰত দিন দুপৰতেই চুৰিকাণ্ডৰ ঘটনা, আৰক্ষীৰ তদন্ত অৱ্যাহত

Lanka, Hojai | Aug 22, 2025
লংকাৰ ৪ নং বাৰ্ডৰ এঘৰত দিন দুপৰতেই চুৰিকাণ্ডৰ ঘটনা,আৰক্ষীৰ তদন্ত অৱ্যাহত।শুক্রবাৰে দুপৰীয়া ১ মান বজাত লংকাত মন্তব্য গৃহস্হৰ। লংকাৰ ৪নং বাৰ্ডৰ নিৰ্বাসী অৱসৰ প্ৰাপ্ত সৈনিক নেতিশ্বৰ দাউডংৰ ঘৰত দিন দুপৰতেই চুৰিকাণ্ডৰ ঘটনা। ঘৰত কোনো নথকা অৱস্হাত চুৰে ঘৰৰ ভিতৰত প্ৰবেশ কৰি ঘৰৰ বয়বস্তু লণ্ডভণ্ড কৰাৰ লগতে গৃহস্হৰ ভাষ্য অনুসৰি অনুমানিক প্ৰায় ১/২ লাখ টকাৰ সা-সম্পত্তি লৈ উধাও হয় চুৰ।ইতিমধ্যেই ঘটনাস্থলীত লংকা আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
Read More News
T & CPrivacy PolicyContact Us