This browser does not support the video element.
সোণাৰি: উদ্বোধনৰ এবছৰ অতিক্ৰম কৰাৰ পিছতো কাৰ্যক্ষম নহল জিলা অসামৰিক চিকিৎসালয়ৰ ICU কক্ষ,ৰোগীৰ মাজত হাহাকাৰ পৰিৱেশ
Sonari, Charaideo | Sep 2, 2025
উদ্বোধনৰ এবছৰ অতিক্ৰম কৰাৰ পিছতো কাৰ্যক্ষম নহল জিলা অসামৰিক চিকিৎসালয়ৰ ICU কক্ষ। উল্লেখযোগ্য যে ২০২৪ চনৰ ২৭ জুনত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হৈছিল ১৫ খন বিচনাযুক্ত ICU কক্ষটি। মূলত ICU কক্ষটোত শীত তাপ নিয়ন্ত্ৰতৰ বাবে ঠিকাদাৰে সংস্থাপন কৰা Central ACটো আজি পৰ্যন্ত কাৰ্যক্ষম নোহোৱা আৰু ইয়াৰ মুধচ নিৰ্মাণত হোৱা বিসংগতি আৰু অন্যান্য কেইবাটাও আসোঁৱাহৰ কাৰণে উদ্বোধন কৰিব পৰা হোৱা নাই ICU টো। ফলত ICUটোত বৰষুণৰ পানী পৰি, ধূলি বালি সোমাই ইয়াৰ কোটি টকীয়া আধুনিক যন্ত্ৰপাতি সমূহ